কেচুৱাটিৰ খাদ্যত DHA আৰু ARAৰ ভূমিকা কি?

আপুনি হয়তো DHA আৰু ARAৰ বিষয়ে আগতেও শুনিছে। আজিকালি বজাৰত পোৱা সকলোবোৰ ফৰ্মুলাতে DHA আৰু ARA থাকে। কিন্তু বিশেষজ্ঞই ইহঁতক কেচুৱাটিৰ বিকাশৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবে জানে? আহক এতিয়া জানক এই ফেটী এচিডসমূহ কিয় ইমান লাভজনক। DHA আৰু ARA কি? ডোকোচাহেক্সেনইক এচিড (DHA) আৰু আৰাছিডনিক এচিড (ARA) হৈছে কৃত্ৰিমভাৱে নিৰ্মিত স্তনৰ গাখীৰত থকা…

by
কেচুৱাটিৰ খাদ্যত DHA আৰু ARAৰ ভূমিকা কি?
 

আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়াৰ চিকিৎসা কৰা

কেচুৱাটিৰ শৌচবোৰ কোমল আৰু ঢিলা হয়, নিম্নতম সিহঁতৰ জীৱনৰ প্ৰথম কেইমাহৰ বাবে। তথাপিও যদি আপুনি আপোনাৰ কেচুৱাৰ শৌচত অলপ বেছিকৈ পনীয়া শৌচ পাইছে, তেন্তে এইটোও হ’ব পাৰে যে আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়া হৈছে। যদিও বিকশিত দেশবোৰত ডায়েৰিয়াৰ ফলত মৃত্যু হোৱা সংখ্যা বহুত কম, তথাপিও এনে নহয় যে প্ৰগতিশীল দেশবোৰৰ সঠিক চিকিৎসাৰ বিষয়ে সজাগতাৰ অভাৱত বহুতো কেচুৱাৰ…

by
আপোনাৰ কেচুৱাটিৰ ডায়েৰিয়াৰ চিকিৎসা কৰা
 

কেচুৱাবিলাকক খুৱাওতে মাইক্ৰোনিউট্ৰিএণ্টবোৰে কিয় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?

আপোনাৰ কেচুৱাটিৰ জীৱনৰ প্ৰথম ছমাহত স্তনৰ গাখীৰেই তাৰ পোষণৰ একমাত্ৰ শ্ৰৌত হ’ব। এটি ছমহীয়া কেচুৱাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পোষক তত্ব যেনে প্ৰ’টীন, চৰ্বি, কাৰ্বোহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱন স্তনৰ গাখীৰত থাকে। তথাপিও আপোনাৰ কেচুৱাটিয়ে খোজকাঢ়িবলৈ লওতে তাৰ বিশেষ পোষণৰ প্ৰয়োজন হ’ব আৰু এইবোৰ পূৰ্ণ কৰিলে গোটেই জীৱনজুৰি তাৰ/তাইৰ মানসিক, শাৰীৰিক আৰু সামাজিক স্বাস্থ্য আৰু ভাল…

by
কেচুৱাবিলাকক খুৱাওতে মাইক্ৰোনিউট্ৰিএণ্টবোৰে কিয় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?
 

নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ

নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ মানে কি? নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ হৈছে অন্ত্ৰত হোৱা এবিধ বেমাৰ য’ত প্ৰথমে সংক্ৰমণ আৰু তাৰপাচত অন্ত্ৰত ভিতৰত তৰপ ফুলি উঠে। ইয়াৰ ফলত এটা ফুটাত সৃষ্টি হ’ব পাৰে, তাৰপাচত অন্ত্ৰত ভিতৰত বস্তুবোৰ তলপেটলৈ আৰু তাৰ লগতে সমগ্ৰ শৰীৰলৈ ওলাই আহে যিহেতু অন্ত্ৰত মাংপেশীৰ কোনো কাম নোহোৱা হৈ যায়। অন্ত্ৰত বহু অংশৰ মৃত্যু আৰু তলপেট আৰু…

by
নেক্ৰোটাইজিং এণ্টেৰোক’লিটিছ
 

গৰ্ভাৱস্থাত ধূম্ৰপান এৰক

ধূম্ৰপানে আপোনাক পোনপ্ৰথমে গৰ্ভধাৰণ কৰাত সমস্যা আনিব পাৰে কিন্তু আপুনি যদি গৰ্ভাৱস্থাত ধূম্ৰপান এৰি নিদিয়ে, মাতৃ আৰু শিশু দুয়োটাৰে বাবে ফলাফল্বোৰ ভয়ংকৰ হ’ব পাৰে। উদাহৰণস্বৰূপে ধূম্ৰপানৰ ফলত কিছুমান সমস্যা হ’ব পাৰে- তাৰে কিছুমান মাতৃ আৰু শিশু দুয়োৰে বাবে ভয়ংকৰ হ’ব পাৰে- ইয়াৰ ফলত গৰ্ভপাত আৰু মৃতজন্ম হ’ব পাৰে।

by
গৰ্ভাৱস্থাত ধূম্ৰপান এৰক
 

গৰ্ভাৱস্থাত ভিটামিন Dৰ প্ৰয়োজনীয়তা

সঠিক মাত্ৰাত মেক্ৰো আৰু মাইক্ৰো পোষক তত্ববোৰএ সঠিক মাত্ৰাটো প্ৰতিজন মানুহৰ বাবে এটা কঠিন কম হ’ব পাৰে। তথাপিও গৰ্ভাৱস্থা আৰু কেচুৱাক গাখীৰ খুউৱা সময়ত ইয়াৰ গুৰুত্ব বাঢ়ি যায়। মহিলাগৰাকীৱে নিজৰ খাদ্যৰ জৰিয়তে নিজৰ শৰীৰৰ প্ৰয়োজনসমূহৰ লগতে এটি স্বাস্থ্যকৰ কেচুৱা আৰু তাৰ জীৱনকালৰ গাঠনি নিৰ্মাণ কৰে। মেক্ৰো পোষক তত্ববোৰ পাবলৈ সহয় কিন্তু শৰীৰে যাতে মাইক্ৰো পোষক…

by
গৰ্ভাৱস্থাত ভিটামিন Dৰ প্ৰয়োজনীয়তা