শুদ্ধ খাদ্য- কেচুৱাৰ বাবে এটা স্বাস্থ্যকৰ অন্ত্ৰৰ গঠন

এই প্ৰবন্ধটো বৰ্তমান IAPৰ বিশেষজ্ঞসকলে পুনৰীক্ষণ কৰি আছে; এতিয়ালৈকে সম্পাদিত আৰু অনুমোদিত হোৱা নাই আৰু কাৰিকৰী আৰু ভাষাৰ ভুল থাকিব পাৰে। অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰি শুদ্ধ আৰু অনুমোদিত ইংৰাজী সংস্কৰণটো পঢ়ক। অন্ত্ৰত থকা বনস্পতিয়ে আমাক স্বাস্থ্যকৰ আৰু ভালে ৰখাত গোটেই জীৱনজুৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অন্ত্ৰত থকা বনস্পতি অথবা অন্ত্ৰৰ বেক্টেৰিয়া হৈছে আমাৰ…

by
শুদ্ধ খাদ্য- কেচুৱাৰ বাবে এটা স্বাস্থ্যকৰ অন্ত্ৰৰ গঠন
 

গৰ্ভাৱস্থা আৰু আহাৰ: মেক্ৰোনিউট্ৰিয়েণ্ট

স্বাস্থ্যকৰ আহাৰ বৰ্তাই ৰখাটো ইমান গুৰুত্ব নাপাবও পাৰে। যেতিয়া আপুনি গৰ্ভৱতী তেতিয়া ইয়াৰ গুৰুত্ব আৰু বাঢ়ি যায়। গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ শৰীৰে গৰ্ভধাৰণৰ বাবে প্ৰয়োজনীয় বহু হোৰম’নৰ পৰিৱৰ্তনৰ সন্মুখীন হয়। এই শাৰীৰিক পৰিৱৰ্তনবোৰৰ লগত প্ৰয়োজনীয় পোষক তত্বৰ প্ৰয়োজনো বাঢ়ি যায় বেশেষকৈ মেক্ৰোনিউট্ৰিয়েণ্টবোৰৰ। মেক্ৰোনিউট্ৰিয়েণ্ট হ’ল শৰীৰে অতিমাত্ৰাত ব্যৱহাৰ কৰা পোসক তত্ব আৰু শৰীৰে ইহঁতক শক্তি পাবলৈ আৰু…

by
গৰ্ভাৱস্থা আৰু আহাৰ: মেক্ৰোনিউট্ৰিয়েণ্ট
 

গৰ্ভাৱস্থাত কেনেকৈ স্বাস্থ্যকৰ খাদ্য খাব লাগে: “দুজনৰ বাবে খোৱা”এ প্ৰকৃততে কি বুজায়?

যদি আপুনি গৰ্ভাৱস্থাত আছে অথবা গৰ্ভধাৰণৰ কথা ভাবি আছে, তেন্তে আপুনি বহুতো প্ৰবন্ধ পাইছে হয়তো যিবোৰে আপোনাক “দুজনৰ বাবে খাবলৈ” উপদেশ দিয়ে। যদিও ইয়াৰ অৰ্থ আছে তথাপিও গৰ্ভাৱস্থাত “দুজনৰ বাবে খোৱাটো” প্ৰয়োজনীয় নহয়। গৰ্ভাৱস্থাত ওজন বৃদ্ধি কেচুৱা আৰু মাতৃ দুয়োৰে ভালৰ বাবে মাতৃয়ে গৰ্ভধাৰণ কৰাৰ আগতে থকা ওজনৰ লগত তাল মিলাই ওজন বঢ়োৱাটো অতিকৈ প্ৰয়োজনীয়।…

by
গৰ্ভাৱস্থাত কেনেকৈ স্বাস্থ্যকৰ খাদ্য খাব লাগে: “দুজনৰ বাবে খোৱা”এ প্ৰকৃততে কি বুজায়?
 

গৰ্ভাৱস্থা আৰু আহাৰ: মেক্ৰোনিউট্ৰিয়েণ্ট

স্বাস্থ্যকৰ আহাৰ বৰ্তাই ৰখাটো ইমান গুৰুত্ব নাপাবও পাৰে। যেতিয়া আপুনি গৰ্ভৱতী তেতিয়া ইয়াৰ গুৰুত্ব আৰু বাঢ়ি যায়। গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ শৰীৰে গৰ্ভধাৰণৰ বাবে প্ৰয়োজনীয় বহু হোৰম’নৰ পৰিৱৰ্তনৰ সন্মুখীন হয়। এই শাৰীৰিক পৰিৱৰ্তনবোৰৰ লগত প্ৰয়োজনীয় পোষক তত্বৰ প্ৰয়োজনো বাঢ়ি যায় বেশেষকৈ মেক্ৰোনিউট্ৰিয়েণ্টবোৰৰ। মেক্ৰোনিউট্ৰিয়েণ্ট হ’ল শৰীৰে অতিমাত্ৰাত ব্যৱহাৰ কৰা পোসক তত্ব আৰু শৰীৰে ইহঁতক শক্তি পাবলৈ আৰু…

by
 

গৰ্ভাৱস্থাত ডায়েটিং কৰা: গৰ্ভাৱস্থাত কেনেকৈ সুৰক্ষিতভাৱে ওজন কমাব

গৰ্ভধাৰণ, বিশেষকৈ পৰিকল্পিত কৰা, যিকোনো মহিলাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। প্ৰথম লক্ষনবোৰ নিশ্চিত কৰাৰ পাচত হব লগা পিতৃ–মাতৃয়ে গৰ্ভধাৰণৰ বহুকেইটা স্বৰূপ ভালদৰে পৰিকল্পনা কৰে। ইয়াৰে ভিতৰত প্ৰথম তিনিমাহতে এটা গ্ৰহণযোগ্য ওজন বৰ্তাই ৰখাটোও পৰে। তথাপিও ইয়াক যিমান সহজ বুলি ভাৱে যিমান সহজ বুলি কব নোৱাৰি আৰু যিসকল মহিলায়ে ওজনৰ লগত যুঁজি আছে সেইসকলৰ বাবে এটা…

by
 

“উচ্চ ৰক্তচাপ থকা গৰ্ভৱতী মহিলাৰ বাবে সুষম আহাৰ”

গৰ্ভধাৰণকালত উচ্চ ৰক্তচাপ থকা প্ৰায় ২৫% মহিলাৰ প্ৰিক্লেম্পচিয়া হব পাৰে যাৰ লক্ষণ প্ৰোটেইনুৰিয়া হয় (২৪ ঘন্তীয়া পেচাবৰ নমুনাত ০.৩ g প্ৰোটিন থকা)| গৰ্ভাৱস্থাত ৰক্তচাপক সাধাৰণ স্তৰত ৰখাতো আপোনাৰ আৰু শিশুৰ বাবে শুভ | গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপৰ কিছুমান লক্ষ হল ভিষন উকট–পাকট ভাব হোৱা, মূৰ–ঘূৰণি, পেচাবত তেজ, পেচাব ধিলা হোৱা, ভিষন মূৰৰ বিষ, অসাধাৰণ বিষ,…

by
 

আপুনি কি খাব বিছাৰে?! – গৰ্ভধাৰণৰ সময়ৰ খাদ্যৰ লোভ

গৰ্ভধাৰণ সময়ত কিছুমান খাদ্যৰ প্ৰতি লোভ জন্মে | ৬০–৮০% হবলগীয়া মাতৃৰ বিশেষ খাদ্যৰ প্ৰতি লোভ জন্মে আৰু তৃতীয় যন্মাসিকৰ সময় অনুসৰি এইটো সলনি হয় | বেছিভাগ খাদ্যৰ লিপ্সা প্ৰথম যন্মাসিকত আৰম্ভ হয় আৰু তৃতীয় যন্মাসিক কালচোৱালৈ কমি যায় | এইটো সচানে যে বিশেষ কিছুমান খাদ্যৰ প্ৰতি লোভ গৰ্ভধাৰণৰ বাবে জন্মে? আমি এই লোবোৰক ধ্যান দিয়া…

by