অ’ভাৰএক্টিভ লেটডাউনৰ লক্ষন আৰু ইয়াৰ লগতে কেনেকৈ যুঁজিব

এনেকুৱা সময় আহিব পাৰে যেতিয়া মাতৃবিলাকে নিজৰ কেচুৱাক গাখীৰ খুৱাবলৈ চেষ্টা কৰে আৰু সিহঁতৰ ব্যৱহাৰ দেখি আচৰিত হয়। কেচুৱাটিয়ে গাখীৰ খাওতে বহু বেছি কাঁহ মাৰে, লাগি ধৰে অথবা উশাহ লোৱা অথবা গিলাৰ চেষ্টা কৰে; সিহঁতে স্তনৰ পৰা আঁতৰি অহিবলৈ চেষ্টা কৰে অথবা নিপ্পলটোত টানকৈ ধৰিব পাৰে; বহু বেছি কান্দিব আৰু গাখিৰ খাবলৈ মন নকৰিব; বহু…

by
অ’ভাৰএক্টিভ লেটডাউনৰ লক্ষন আৰু ইয়াৰ লগতে কেনেকৈ যুঁজিব
 

ফুলি উঠা (এনগ্ৰজমেণ্ট্) স্তনৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসা

প্ৰায়বোৰ মাতৃএ সন্তান জন্ম দিয়াৰ ২ৰ পৰা ৫ দিন পাছত স্তনযুগলৰ ওজন বাঢ়ি যোৱা যেন অনুভৱ কৰে।ইয়াকে ফুলি উঠা (এনগ্ৰজমেণ্ট্)  বুলি কোৱা হয় আৰু ই মাতৰ্ স্তনত গাখীৰ অধিক উৎপন্ন হোৱাৰ ফলত হয়। ইয়াৰ ফলত স্তনযুগল ডাঙৰ, গধূৰ আৰু গৰম হৈ থাকে। যদিও এনগ্ৰজমেণ্ট্  ২৪-৪৮ ঘণ্টাৰ ভিতৰত কমি যায় তথাপিও কিছু ক্ষেত্ৰত ই ভাল হবলৈ…

by
ফুলি উঠা (এনগ্ৰজমেণ্ট্) স্তনৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসা
 

গাখীৰৰ আত্যাধিক উৎপাদনৰ সৈতে মোকামিলা

নতুন মাতৃ সকলৰ স্তনপান কৰোৱাক লৈ বহুতো প্ৰশ্ন আৰু শংকা থাকে আৰু ই স্বভাবিক কথা। প্ৰায়ে মহিলা সকলৰ এটা সাধাৰণ সমস্যা হৈছে গাখীৰ কমকৈ উৎপন্ন হোৱা।কিন্তু আন এটা গভীৰ সমস্যাও আছে যিয়ে বহুতো মহিলাক সংকিত কৰি তোলে সেইটো হৈছে গাখীৰৰ অত্যাধিক পৰিমাণত উৎপন্ন হোৱা। কমকৈ গাখীৰ উৎপন্ন হোৱা মহিলাৰ বাবে হয়তো বেছি উৎপন্ন হোৱা কথাটো…

by
গাখীৰৰ আত্যাধিক উৎপাদনৰ সৈতে মোকামিলা
 

গাখীৰৰ মাত্ৰা প্ৰাকৃতিকভাৱে বঢ়াবলৈ আপুনি খাব লগা খাদ্য

আৰম্ভণি কেচুৱাটিৰ স্বাস্থ্য আৰু মাতৃগৰাকীৰ মানসিক সুখৰ বাবে প্ৰচুৰ মাত্ৰাত স্তনৰ গাখীৰ থকাটো প্ৰয়োজনীয়। মাতৃগৰাকীয়ে নিৰ্মাণ কৰা প্ৰায় আটাইখিনি গাখীৰ কেচুৱাটিৰ বাবে পৰ্যাপ্ত কিন্তু কেতিয়াবা এনে নহয়। স্তনৰ গাখীৰৰ মাত্ৰা বঢ়াবলৈ জন্মৰ ঠিক পাচৰে পৰা দুগ্ধপান কৰাব আৰু তাৰ পাচত তেনেদৰে সঘনে চলাই নিব লাগে। যদি কোনো চিকিৎসাজনিত কাৰণৰ বাবে ই সম্ভৱ নহয় তেন্তে প্ৰাকৃতিকভাৱে…

by
গাখীৰৰ মাত্ৰা প্ৰাকৃতিকভাৱে বঢ়াবলৈ আপুনি খাব লগা খাদ্য
 

কেফেইন আৰু দুগ্ধপান

আপুনি দুগ্ধপান কৰাই আছে নেকি? আপুনি কফি, চাহ, চকলেট আৰু ক’লা খাই বহু ভাল পায় নেকি? যদি এই দুয়োটা প্ৰশ্নৰ উত্তৰটো যদি “হয়” হয়, তেন্তে আপুনি এই কথা নাজানে যে এইবোৰত কেফেইন থাকে আৰু ই দুগ্ধপান কৰাওঁতে আপোনাৰ আৰু আপোনাৰ কেচুৱাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপুনি একো নহয় বুলি ভাবিব পাৰে কিয়নো আপুনি আগতে কেফেইন…

by
কেফেইন আৰু দুগ্ধপান
 

দুগ্ধপান কৰোৱা মাতৃৰ বাবে এটি স্বাস্থ্যকৰ আহাৰ

দুগ্ধপান হৈছে এনেকুৱা এটা সময় য’ত আপোনাৰ নৱজাতকে তাৰ/তাইৰ জীৱনৰ প্ৰথম বছৰকেইটাত পোষণ পাই। ই কেচুৱাটিয়ে পোষণ পোৱা সময়ৰ লগতে মাতৃ আৰু শিশুটিৰ মাজত এটা শক্তিশালী বন্ধোন গঢ়ে। বহুতো দুগ্ধপান কৰোৱা মাতৃসকলে এই সময়ছোৱাত কি খাব লাগে এই কথাটো চিন্তা কৰে। দুগ্ধপান কৰোৱা মাতৃ এগৰাকীৰ খাদ্যত কোনো বিশেষ পৰিৱৰ্তন অনাৰ প্ৰয়োজন নাই, কিন্তু কিছুমান কথা…

by
দুগ্ধপান কৰোৱা মাতৃৰ বাবে এটি স্বাস্থ্যকৰ আহাৰ
 

মোৰ গাখীৰ ওলোৱা কেতিয়া আৰম্ভ হ’ব?

হ’বলগা মাতৃসকলৰ বাবে গৰ্ভাৱস্থাই নিজৰ লগতে বহু প্ৰশ্ন আৰু চিন্তা লগত লৈ আহে। শৰীৰত বহু পৰিৱৰ্তন হয়, আৰু ইয়াক ভালদৰে বুজিলে আপুনি কি আশা কৰিব পাৰে আৰু ইয়াৰ লগত কেনেকৈ মিলিব পাৰে সেইটো জনাত সহায় হয়। ইয়াৰে এক গুৰুত্বপূৰ্ণ অংশ হ’ল দুগ্ধপান। আহক আমি গাখীৰ নিৰ্মাণৰ সময়টোৰ বিষয়ে অলপ জানো- কি, কেতিয়া আৰু কিয়বোৰ। গাখীৰ…

by
মোৰ গাখীৰ ওলোৱা কেতিয়া আৰম্ভ হ’ব?