“ৱে প্ৰ’টীন মানে কি? আপুনি আপোনাৰ কেচুৱাক এইটো খুৱাব লাগে নে?”

আৰম্ভণি: ৱে প্ৰ’টীন হৈছে ৱেৰ পৰা আঁতৰাই অনা প্ৰ’টীনৰ এটা মিশ্ৰণ, ৱে হৈছে ছীজ বনাওতে নিৰ্মাণ হোৱা এটা পদাৰ্থ। গাখীৰৰ পৰা বনোৱা সামগ্ৰীত পোৱা দুটা প্ৰ’টীনৰ ই এটা, অন্যটো হৈছে কেচিন। গাখীৰত থকা প্ৰ’টীনৰ ২০% ৱে থাকে কিন্তু মাংসপেশী নিৰ্মাণৰ বাবে ই এক উৎকৃষ্ট প্ৰ’টীন কিয়নো ই বহু সোনকালে শুহি লোৱা হয় আৰু এমিনো-এচিডৰ মাত্ৰা…

by
“ৱে প্ৰ’টীন মানে কি? আপুনি আপোনাৰ কেচুৱাক এইটো খুৱাব লাগে নে?”
 

বাঢ়ি অহা শিশুত ভিটামিনৰ অভাৱ আৰু সেইটো কেনেকৈ ভাল কৰিব

পিতৃ-মাতৃয়ে সিহঁতৰ শিশুকেইটায়ে যাতে এটা ভালদৰে নিয়ন্ত্ৰিত আহাৰ পাই আছে এই কথাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰে আৰি চিন্তিত হয়। ই এক প্ৰত্যাহ্বান স্বৰূপ যেতিয়া সিহঁতৰ ওচৰত পৰ্যাপ্ত প্ৰয়োজনীয় পোষক তত্বৰ পৰিমাণৰ তথ্য নাই আৰু যদি সিহঁতৰ শিশুটিয়ে বাচ বিচাৰ কৰি খায়। যিহেতু শিশুসকলৰ গঠন আৰু বিকাশৰ হাৰ প্ৰাপ্তবয়স্কতকৈ বেছি সেইবাবে সিহঁতক প্ৰয়োজনীয় পোষক তত্ব দিয়াটো…

by
বাঢ়ি অহা শিশুত ভিটামিনৰ অভাৱ আৰু সেইটো কেনেকৈ ভাল কৰিব
 

কেচুৱাটিৰ ভোক নালাগিলে কি কৰিব?

পিতৃ-মাতৃসকলৰ বাবে নিজৰ দুবাহুৰ মাজত এটা আনন্দৰ টোপোলা ধৰিবলৈ পোৱাতকৈ অন্য একো সুখৰ কথা নহয়। ইয়াৰ লগতে সেই আনন্দৰ টোপোলাটোৱে ভালদৰে নোখোৱাৰ দৰে অন্য বহু কম চিন্তনীয় বিষয় থাকে। কেচুৱাটিৰ ভালদৰে বিকাশ হৈ এটি ভাল ব্যক্তি হিচাপে গঢ় দিবলৈ পিতৃ-মাতৃ আটাইতকৈ ভাল বস্তু দিবলৈ বহু কষ্ট কৰে। আৰু এই সম্পূৰ্ণ বিকাশৰ বাবে পোষণে প্ৰাথমিক ভূমিকা…

by
কেচুৱাটিৰ ভোক নালাগিলে কি কৰিব?
 

কমপ্লিমেণ্টেৰি ফিডিং

এটা পৰিয়ালত শিশু এটি জন্ম পোৱাৰ পৰাই এই কথাটোত মন দিয়া হয় যাতে নতুন সদস্যটিয়ে আতাইতকৈ ভাল পোষণ পায়। আৰু লগতে এই কথাটো মন কৰিব লাগে যে স্তনৰ গাখীৰত থকা পোষক তত্বসমূহৰ দৰে একো হ’ব নোৱাৰে। কিন্তু সময় যোৱাৰ লগে লগে মাতৃ এগৰাকীয়ে কেচুৱাটিৰ বাঢ়ি অহা প্ৰয়োজনসমূহ পূৰ্ণ কৰিবলৈ অকলশৰীয়া নউভৱ কৰিব পাৰে। এনেকুৱা সময়ত…

by
কমপ্লিমেণ্টেৰি ফিডিং
 

দুগ্ধপান আৰু থ্ৰাছ- য়ীষ্টৰ এটা সংক্ৰমণ

থ্ৰাছ মানে কি? থ্ৰাছ, যাক কেণ্ডিডিয়াচিচ বুলিও কোৱা হয় এজ প্ৰকাৰৰ ফাংগাচৰ সংক্ৰমণ যি দুগ্ধপান কৰোৱা মাতৃসকলৰ মাজত সাধাৰণতে পোৱা যায়। কেণ্ডিডা আল্বিকাঞ্চ নামৰ এক প্ৰকাৰৰ ফাংগাচৰ বাবে ই হয়। মানৱ শৰীৰত বিশেষকৈ চাল আৰু মুখত কেণ্ডিডা আল্বিকাঞ্চ পোৱা যায়, কিন্তু শৰীৰত অন্য “ভাল” বেক্টেৰিয়া থকাৰ বাবে ই নিয়ন্ত্ৰিত হৈ থাকে। যদি শৰীৰত থকা ভাল…

by
দুগ্ধপান আৰু থ্ৰাছ- য়ীষ্টৰ এটা সংক্ৰমণ
 

আপুনি কেচুৱাৰ ফৰ্মুলা ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব লগে?

মাতৃত্বই অগৰাকী মহিলাক বহু ধৰণে সলনি কৰি পেলায়। হ’ৰমোনৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি আপোনাৰ শৰীৰৰ পৰিৱৰ্তনলৈকে সকলোবোৰ সলনি হৈ পৰে। এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে গাখীৰ ওলোৱা যিটো গৰ্ভধাৰণৰ ১৬ সপ্তাহৰ পৰা আৰম্ভ হয়। মাতৃত্বৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হৈছে দুগ্ধপান কিন্তু যিসকল মহিলায়ে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নিৰ্মাণ কৰিব নোৱাৰে তেখেতসকলৰ বাবে ফৰ্মুলা খাদ্য ৰক্ষাকৰ্তা স্বৰূপ।…

by
আপুনি কেচুৱাৰ ফৰ্মুলা ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব লগে?
 

স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা আৰু ইয়াৰ গুৰুত্ব

স্তনৰ গাখীৰক গোটেই বিশ্বজুৰি কেচুৱাৰ বাবে আটাইতকৈ ভাল পোষক তত্বৰ শ্ৰৌত হিচাপে ধৰা হয়। বিশ্ব স্বাস্থ্য সংগঠনে (WHO) প্ৰথম ৬ মাহৰ বাবে নৱজাতকক দ্যগ্ধপান কৰাবলৈ পৰামৰ্শ দিয়ে কিয়নো ইয়াৰ বাবে মাতৃ আৰু কেচুৱাৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘদিনৰ বাবে উপকাৰী প্ৰভাৱ কিছুমান পৰে। তথাপিও কেতিয়াবা এনে অৱস্থা আহিব পাৰে য’ত মাতৃগৰাকীয়ে কেচুৱাটিক দুগ্ধপান কৰাবলৈ অসমৰ্থ হ’ব পাৰে।…

by
স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা আৰু ইয়াৰ গুৰুত্ব