কেচুৱাটিৰ খাদ্যত DHA আৰু ARAৰ ভূমিকা কি?

আপুনি হয়তো DHA আৰু ARAৰ বিষয়ে আগতেও শুনিছে। আজিকালি বজাৰত পোৱা সকলোবোৰ ফৰ্মুলাতে DHA আৰু ARA থাকে। কিন্তু বিশেষজ্ঞই ইহঁতক কেচুৱাটিৰ বিকাশৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবে জানে? আহক এতিয়া জানক এই ফেটী এচিডসমূহ কিয় ইমান লাভজনক। DHA আৰু ARA কি? ডোকোচাহেক্সেনইক এচিড (DHA) আৰু আৰাছিডনিক এচিড (ARA) হৈছে কৃত্ৰিমভাৱে নিৰ্মিত স্তনৰ গাখীৰত থকা…

by
কেচুৱাটিৰ খাদ্যত DHA আৰু ARAৰ ভূমিকা কি?
 

কেচুৱাবিলাকক খুৱাওতে মাইক্ৰোনিউট্ৰিএণ্টবোৰে কিয় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?

আপোনাৰ কেচুৱাটিৰ জীৱনৰ প্ৰথম ছমাহত স্তনৰ গাখীৰেই তাৰ পোষণৰ একমাত্ৰ শ্ৰৌত হ’ব। এটি ছমহীয়া কেচুৱাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পোষক তত্ব যেনে প্ৰ’টীন, চৰ্বি, কাৰ্বোহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱন স্তনৰ গাখীৰত থাকে। তথাপিও আপোনাৰ কেচুৱাটিয়ে খোজকাঢ়িবলৈ লওতে তাৰ বিশেষ পোষণৰ প্ৰয়োজন হ’ব আৰু এইবোৰ পূৰ্ণ কৰিলে গোটেই জীৱনজুৰি তাৰ/তাইৰ মানসিক, শাৰীৰিক আৰু সামাজিক স্বাস্থ্য আৰু ভাল…

by
কেচুৱাবিলাকক খুৱাওতে মাইক্ৰোনিউট্ৰিএণ্টবোৰে কিয় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?
 

“ৱে প্ৰ’টীন মানে কি? আপুনি আপোনাৰ কেচুৱাক এইটো খুৱাব লাগে নে?”

আৰম্ভণি: ৱে প্ৰ’টীন হৈছে ৱেৰ পৰা আঁতৰাই অনা প্ৰ’টীনৰ এটা মিশ্ৰণ, ৱে হৈছে ছীজ বনাওতে নিৰ্মাণ হোৱা এটা পদাৰ্থ। গাখীৰৰ পৰা বনোৱা সামগ্ৰীত পোৱা দুটা প্ৰ’টীনৰ ই এটা, অন্যটো হৈছে কেচিন। গাখীৰত থকা প্ৰ’টীনৰ ২০% ৱে থাকে কিন্তু মাংসপেশী নিৰ্মাণৰ বাবে ই এক উৎকৃষ্ট প্ৰ’টীন কিয়নো ই বহু সোনকালে শুহি লোৱা হয় আৰু এমিনো-এচিডৰ মাত্ৰা…

by
“ৱে প্ৰ’টীন মানে কি? আপুনি আপোনাৰ কেচুৱাক এইটো খুৱাব লাগে নে?”
 

বাঢ়ি অহা শিশুত ভিটামিনৰ অভাৱ আৰু সেইটো কেনেকৈ ভাল কৰিব

পিতৃ-মাতৃয়ে সিহঁতৰ শিশুকেইটায়ে যাতে এটা ভালদৰে নিয়ন্ত্ৰিত আহাৰ পাই আছে এই কথাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰে আৰি চিন্তিত হয়। ই এক প্ৰত্যাহ্বান স্বৰূপ যেতিয়া সিহঁতৰ ওচৰত পৰ্যাপ্ত প্ৰয়োজনীয় পোষক তত্বৰ পৰিমাণৰ তথ্য নাই আৰু যদি সিহঁতৰ শিশুটিয়ে বাচ বিচাৰ কৰি খায়। যিহেতু শিশুসকলৰ গঠন আৰু বিকাশৰ হাৰ প্ৰাপ্তবয়স্কতকৈ বেছি সেইবাবে সিহঁতক প্ৰয়োজনীয় পোষক তত্ব দিয়াটো…

by
বাঢ়ি অহা শিশুত ভিটামিনৰ অভাৱ আৰু সেইটো কেনেকৈ ভাল কৰিব
 

কমপ্লিমেণ্টেৰি ফিডিং

এটা পৰিয়ালত শিশু এটি জন্ম পোৱাৰ পৰাই এই কথাটোত মন দিয়া হয় যাতে নতুন সদস্যটিয়ে আতাইতকৈ ভাল পোষণ পায়। আৰু লগতে এই কথাটো মন কৰিব লাগে যে স্তনৰ গাখীৰত থকা পোষক তত্বসমূহৰ দৰে একো হ’ব নোৱাৰে। কিন্তু সময় যোৱাৰ লগে লগে মাতৃ এগৰাকীয়ে কেচুৱাটিৰ বাঢ়ি অহা প্ৰয়োজনসমূহ পূৰ্ণ কৰিবলৈ অকলশৰীয়া নউভৱ কৰিব পাৰে। এনেকুৱা সময়ত…

by
কমপ্লিমেণ্টেৰি ফিডিং
 

আপুনি কেচুৱাৰ ফৰ্মুলা ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব লগে?

মাতৃত্বই অগৰাকী মহিলাক বহু ধৰণে সলনি কৰি পেলায়। হ’ৰমোনৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি আপোনাৰ শৰীৰৰ পৰিৱৰ্তনলৈকে সকলোবোৰ সলনি হৈ পৰে। এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে গাখীৰ ওলোৱা যিটো গৰ্ভধাৰণৰ ১৬ সপ্তাহৰ পৰা আৰম্ভ হয়। মাতৃত্বৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হৈছে দুগ্ধপান কিন্তু যিসকল মহিলায়ে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ নিৰ্মাণ কৰিব নোৱাৰে তেখেতসকলৰ বাবে ফৰ্মুলা খাদ্য ৰক্ষাকৰ্তা স্বৰূপ।…

by
আপুনি কেচুৱাৰ ফৰ্মুলা ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব লগে?
 

কেচুৱাসকলত ট’টেল পেৰেণ্টেৰিয়েল নিয়ুট্ৰিষ্যন

  পেৰেণ্টেৰিয়েল নিয়ুট্ৰিষ্যন যাক ট’টেল পেৰেণ্টেৰিয়েল নিয়ুট্ৰিষ্যন (TPN) বুলিও কোৱা হয়, হৈছে আপোনাৰ কেচুৱাটিয়ে দৈনিক পুষ্টি পোৱৰ এক কৃত্ৰিম উপায়। ইয়াক নিৰ্ধাৰিত সময়ৰ বহু আগতে জন্ম পোৱা শিশু অথবা বেয়াকৈ ৰোগত ভুগি থকা নৱজাতকসকলৰ বাবে ব্যৱহাৰ কৰা হয়। ট’টেল পেৰেণ্টেৰিয়েল নিয়ুট্ৰিষ্যন মানি কি? TPN হৈছে এক চিকিৎসাৰ লগত জড়িত শব্দ য’ত খাদ্যক ধমনীৰ জৰিয়তে ভৰাই…

by
কেচুৱাসকলত ট’টেল পেৰেণ্টেৰিয়েল নিয়ুট্ৰিষ্যন