গাখীৰৰ আত্যাধিক উৎপাদনৰ সৈতে মোকামিলা

নতুন মাতৃ সকলৰ স্তনপান কৰোৱাক লৈ বহুতো প্ৰশ্ন আৰু শংকা থাকে আৰু ই স্বভাবিক কথা। প্ৰায়ে মহিলা সকলৰ এটা সাধাৰণ সমস্যা হৈছে গাখীৰ কমকৈ উৎপন্ন হোৱা।কিন্তু আন এটা গভীৰ সমস্যাও আছে যিয়ে বহুতো মহিলাক সংকিত কৰি তোলে সেইটো হৈছে গাখীৰৰ অত্যাধিক পৰিমাণত উৎপন্ন হোৱা। কমকৈ গাখীৰ উৎপন্ন হোৱা মহিলাৰ বাবে হয়তো বেছি উৎপন্ন হোৱা কথাটো…

by
গাখীৰৰ আত্যাধিক উৎপাদনৰ সৈতে মোকামিলা
 

স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা আৰু ইয়াৰ গুৰুত্ব

স্তনৰ গাখীৰক গোটেই বিশ্বজুৰি কেচুৱাৰ বাবে আটাইতকৈ ভাল পোষক তত্বৰ শ্ৰৌত হিচাপে ধৰা হয়। বিশ্ব স্বাস্থ্য সংগঠনে (WHO) প্ৰথম ৬ মাহৰ বাবে নৱজাতকক দ্যগ্ধপান কৰাবলৈ পৰামৰ্শ দিয়ে কিয়নো ইয়াৰ বাবে মাতৃ আৰু কেচুৱাৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘদিনৰ বাবে উপকাৰী প্ৰভাৱ কিছুমান পৰে। তথাপিও কেতিয়াবা এনে অৱস্থা আহিব পাৰে য’ত মাতৃগৰাকীয়ে কেচুৱাটিক দুগ্ধপান কৰাবলৈ অসমৰ্থ হ’ব পাৰে।…

by
স্তনৰ গাখীৰ এক্সপ্ৰেচ কৰা আৰু ইয়াৰ গুৰুত্ব
 

দুগ্ধপান কৰাওঁতে মাতৃসকলে সন্মুখীন কৰা সাধাৰণ সমস্যা

মাতৃত্ব হৈছে এক পুৰস্কৃত অনুভূতি আৰু উপলব্ধি। আপোনাৰ পৰিয়ালৰ আটাইতকৈ নতুন সদস্যৰ লালন-পালন কৰিবলৈ দুগ্ধপানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেচুৱাটিৰ উপকাৰ আৰু স্বাস্থ্যৰ বাবে ই হৈছে এটা আটাইতকৈ প্ৰয়োজনীয় বস্তু। ই এক আশীৰ্বাদ যাৰ লগত কেইটামান সমস্যা লগতে লাগি আহে। দুগ্ধপান কৰোৱা মহিলাসকলে সন্মুখীন হোৱা কেইটামান সাধাৰণ সমস্যা হৈছে: মাস্তিটিছ ই এক স্বাস্থ্যজনিত সমস্যা…

by
দুগ্ধপান কৰাওঁতে মাতৃসকলে সন্মুখীন কৰা সাধাৰণ সমস্যা
 

কেফেইন আৰু দুগ্ধপান

আপুনি দুগ্ধপান কৰাই আছে নেকি? আপুনি কফি, চাহ, চকলেট আৰু ক’লা খাই বহু ভাল পায় নেকি? যদি এই দুয়োটা প্ৰশ্নৰ উত্তৰটো যদি “হয়” হয়, তেন্তে আপুনি এই কথা নাজানে যে এইবোৰত কেফেইন থাকে আৰু ই দুগ্ধপান কৰাওঁতে আপোনাৰ আৰু আপোনাৰ কেচুৱাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপুনি একো নহয় বুলি ভাবিব পাৰে কিয়নো আপুনি আগতে কেফেইন…

by
কেফেইন আৰু দুগ্ধপান
 

দুগ্ধপান কৰোৱা মাতৃৰ বাবে এটি স্বাস্থ্যকৰ আহাৰ

দুগ্ধপান হৈছে এনেকুৱা এটা সময় য’ত আপোনাৰ নৱজাতকে তাৰ/তাইৰ জীৱনৰ প্ৰথম বছৰকেইটাত পোষণ পাই। ই কেচুৱাটিয়ে পোষণ পোৱা সময়ৰ লগতে মাতৃ আৰু শিশুটিৰ মাজত এটা শক্তিশালী বন্ধোন গঢ়ে। বহুতো দুগ্ধপান কৰোৱা মাতৃসকলে এই সময়ছোৱাত কি খাব লাগে এই কথাটো চিন্তা কৰে। দুগ্ধপান কৰোৱা মাতৃ এগৰাকীৰ খাদ্যত কোনো বিশেষ পৰিৱৰ্তন অনাৰ প্ৰয়োজন নাই, কিন্তু কিছুমান কথা…

by
দুগ্ধপান কৰোৱা মাতৃৰ বাবে এটি স্বাস্থ্যকৰ আহাৰ
 

জীৱনৰ প্ৰথম ঘণ্টাত দুগ্ধপান কৰোৱাটো কিয় প্ৰয়োজনীয়?

আৰম্ভণি আজিৰ যুগত দুগ্ধপানৰ ওপৰত গুৰুত্ব নিদিয়াকৈ থকাটো অসম্ভৱ। বিশ্বপ্ৰসিদ্ধ স্বাস্থ্যসংস্থাবিলাকে আজিকালি একেলগে কাম কৰিছে যাতে নৱজাতক শিশুসকলক দুগ্ধপান কিয় আৰু কেনেকৈ দুগ্ধপান কৰোৱাটো প্ৰয়োজনীয়, বিশেষকৈ দুগ্ধপান আৰম্ভ কৰাৰ সময়ত। কেচুৱাটিৰ প্ৰথম আহাৰটো ক’লোষ্ট্ৰাম হ’ব লাগে আৰু জন্মৰ আধা ঘণ্টাৰ ভিতৰত খুৱাব লাগে। কেচুৱাসকলে দুগ্ধপান কৰিবলৈ বুচাৰিলেই খুৱাব লাগে (সাধাৰণতে ২৪ ঘণ্টাত আঠ বাৰ) আৰু…

by
জীৱনৰ প্ৰথম ঘণ্টাত দুগ্ধপান কৰোৱাটো কিয় প্ৰয়োজনীয়?
 

মোৰ গাখীৰ ওলোৱা কেতিয়া আৰম্ভ হ’ব?

হ’বলগা মাতৃসকলৰ বাবে গৰ্ভাৱস্থাই নিজৰ লগতে বহু প্ৰশ্ন আৰু চিন্তা লগত লৈ আহে। শৰীৰত বহু পৰিৱৰ্তন হয়, আৰু ইয়াক ভালদৰে বুজিলে আপুনি কি আশা কৰিব পাৰে আৰু ইয়াৰ লগত কেনেকৈ মিলিব পাৰে সেইটো জনাত সহায় হয়। ইয়াৰে এক গুৰুত্বপূৰ্ণ অংশ হ’ল দুগ্ধপান। আহক আমি গাখীৰ নিৰ্মাণৰ সময়টোৰ বিষয়ে অলপ জানো- কি, কেতিয়া আৰু কিয়বোৰ। গাখীৰ…

by
মোৰ গাখীৰ ওলোৱা কেতিয়া আৰম্ভ হ’ব?