হাইপেৰিমেচিচ গ্ৰাৱিডেৰামৰ বাবে খাদ্য

মূৰ ঘুৰণি আৰু বমি ভাৰতীয় মাতৃসকলৰ বাবে এটা সাধাৰন সমস্যা আৰু ইয়াক ৫০% গৰ্ভৱতী মহিলাত দেখা পোৱা যায়। হ’ৰমোনৰ পৰিৱৰ্তনৰ বাবে এনে হয় বুলি ধৰা হয় আৰু ১৪ৰ পৰা ২০ নম্বৰ সপ্তাহৰ মাজত ই ভাল হয়। কিন্তু ১ৰ পৰা ৩% গৰ্ভাৱস্থাত এই মূৰ ঘুৰণি আৰু বমি গম্ভীৰ ভাবে আৰু সঘনে হয় আৰু তেতিয়া হাইপেৰিমেচিচ গ্ৰাৱিডেৰাম…

by
হাইপেৰিমেচিচ গ্ৰাৱিডেৰামৰ বাবে খাদ্য
 

গৰ্ভাৱস্থাত মুৰ ঘুৰণি, বমি আৰু পুষ্টি

গৰ্ভধাৰণ প্ৰত্যেক মহিলাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। গৰ্ভাৱস্থাত এগৰাকী মহিলা পৰিয়াল আৰু বন্ধুবৰ্গৰ মৰম আৰু চিন্তাৰ মূল কাৰণ হয়। ভাৰতীয় মাতৃ হিচাপে মই অনেক উদাহৰণ দিব পাৰোঁ যেতিয়া মোক চিনাকি-অচিনাকি সকলো কি কৰিব লাগে আৰু কি নালাগে তাৰ বিসয়ে উপদেশ দিছিল, মাজে সময়ে চিন্তা বঢ়াৰ কাৰণো হৈছিল।

by
গৰ্ভাৱস্থাত মুৰ ঘুৰণি, বমি আৰু পুষ্টি
 

জোখতকৈ বেছি ওজনৰ মহিলাসকলৰ বাবে খাদ্য পৰিকল্পনা

গৰ্ভাৱস্থাত ওজন বঢ়াটো স্বাভাৱিক কথা। গৰ্ভাৱস্থাত অপোনাৰ ওজন কিমান বাঢ়িব তাৰ বাবে কেইটামান কাৰণ নিৰ্ভৰশীল- তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণটো হ’ল আপোনাৰ গৰ্ভাৱস্থাৰ আগত ওজন কিমান আছিল। উদাহৰণস্বৰূপে জোখতকৈ বেছি ওজন থকা মহিলাসকলে (২৫ৰ পৰা ২৯.৯লৈকে BMI থকা) গৰ্ভাৱস্থাত ৭ৰ পৰা ১২ কেজি ওজন লাভ কৰে।

by
 

গৰ্ভাৱস্থাত এনিমিয়া

গৰ্ভৱতী মহিলাসকলৰ এনিমিয়া হোৱাৰ ভয় বেছি কাৰণ কেচুৱাটোক পোসক তত্ব প্ৰদান কৰোতে শৰীৰক অলপ বেছি পৰিমাণৰ তেজৰ প্ৰয়িজন হয়। গৰ্ভাৱস্থাত সামান্যভাৱে এনিমিয়া হোৱাটো সাধাৰণ কিয়নো তেজৰ মাত্ৰা বাঢ়ি যায়, তথাপিও, গম্ভীৰৰূপে এনিমিয়া হ’লে আপোনাৰ কেচুৱাটিৰ কেচুৱা কালত এনিমিয়া হোৱাৰ আশংকা বাঢ়ি যায়।

by
গৰ্ভাৱস্থাত এনিমিয়া
 

গৰ্ভাৱস্থাত ভিটামিন Dৰ প্ৰয়োজনীয়তা

সঠিক মাত্ৰাত মেক্ৰো আৰু মাইক্ৰো পোষক তত্ববোৰএ সঠিক মাত্ৰাটো প্ৰতিজন মানুহৰ বাবে এটা কঠিন কম হ’ব পাৰে। তথাপিও গৰ্ভাৱস্থা আৰু কেচুৱাক গাখীৰ খুউৱা সময়ত ইয়াৰ গুৰুত্ব বাঢ়ি যায়। মহিলাগৰাকীৱে নিজৰ খাদ্যৰ জৰিয়তে নিজৰ শৰীৰৰ প্ৰয়োজনসমূহৰ লগতে এটি স্বাস্থ্যকৰ কেচুৱা আৰু তাৰ জীৱনকালৰ গাঠনি নিৰ্মাণ কৰে। মেক্ৰো পোষক তত্ববোৰ পাবলৈ সহয় কিন্তু শৰীৰে যাতে মাইক্ৰো পোষক…

by
গৰ্ভাৱস্থাত ভিটামিন Dৰ প্ৰয়োজনীয়তা
 

শুদ্ধ খোৱা- এটি কেচুৱাৰ বাবে এটি স্বাস্থ্যকৰ অন্ত্ৰৰ গঠন

আপুনি যেনে খাদ্য খাই, তেনে ৰুপ লয়” – এটা বহুপ্ৰচলিত কথন যি প্ৰাইবোৰ মহিলাই জানে আৰু প্ৰত্যেক গৰ্ভৱতী মহিলাক এক বাৰ্তা প্ৰদান কৰি অহিছে | ইয়াক এনেকেও কব পাৰি যে আপোনাক যদি এটা সুস্বাস্থ্য লাগে, তেন্তে আপুনি সুস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগিব | গৰ্ভাৱস্থা এনে এক সময় য’ত বহুত খিনি বস্তুৰে আৱশ্যকতা আহি পৰে, পোষনৰ…

by